অৰুণাচল প্ৰদেশত প্ৰভাৱ নপৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ

By

Published : Nov 24, 2019, 4:32 PM IST

thumbnail

নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ প্ৰতিবাদ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটা নগৰত চলি থকা সময়তে ৰাজ্য খনৰ বিধান সভাৰ অধ্যক্ষ পি ডি চনাৰ মন্তব্য ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অধ্যক্ষগৰাকীয়ে কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কে অৰুণাচল প্ৰদেশৰ লোকৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নেপেলায় । যদিও এই বিষয়ে ৰাজ্য খনৰ বিভিন্ন লোকৰ সৈতে আৰু ছাত্ৰ সংগঠনৰ লগত আলোচনা কৰা হৈছে । লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ৰ যি অনুচ্ছেদ সমূহ উল্লেখ কৰা হৈছে সেই সমূহে অৰুণাচল প্ৰদেশৰ স্থানীয় লোকৰ মাজত শংকা কৰাৰ প্ৰয়োজন নাই বুলি বক্তব্য প্ৰদান কৰে অৰুণাচলৰ বিধান সভাৰ অধ্যক্ষগৰাকীয়ে  ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.