ক'ত কিদৰে হেৰাইছিল বায়ুসেনাৰ AN 32 বিমানখন? - etv bharat
🎬 Watch Now: Feature Video

13 গৰাকী বায়ুসেনাসহ অৰুণাচলৰ মেচুকা এডভান্সড লেণ্ডিং গ্ৰাউণ্ডলৈ যাবলৈ সাজু হৈছে বায়ু সেনাৰ AN 32 মালবাহী বিমানখন ৷ এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সেউজ সংকেট লাভ কৰি দিনৰ 12:25 বজাত উৰা মাৰিছিল বিমানখনে ৷ কেপ্তেইন আশিষ টানৱাৰক উৰণৰ বাবে সংকেট দিছিল পত্নী তথা বায়ুসেনাত কৰ্মৰত সন্ধ্যা টানৱাৰে ৷