Foundation day of AGP : ৰহাত উদযাপন অগপৰ প্ৰতিষ্ঠা দিৱস - ৰহাত উদযাপন অগপৰ প্ৰতিষ্ঠা দিৱস
🎬 Watch Now: Feature Video

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ শুকুৰবাৰে নগাঁৱৰ ৰহা সমষ্টি আয়োজন কৰা হয় অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (38th Foundation day of AGP) ৷ দিনজোৰা কাৰ্যসূচীৰে অগপৰ ৰহা বিধানসভা সমিতিৰ সৌজন্যত তথা ৰহা নগৰ সমিতিৰ সহযোগত ৰহাস্থিত মহেন্দ্ৰ হাজৰিকা ভৱনত উদযাপন কৰা হয় অগপৰ প্ৰতিষ্ঠা দিৱস (AGP foundation day celebrate at Raha in Nagaon) ৷ এই কাৰ্যসূচীত সভাপতিত্ব কৰে অগপৰ ৰহা সমষ্টিৰ সভাপতি প্ৰফুল্ল নাথে ৷ লগতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিষ্ণু দাসকে আদি কৰি বহু কেইজন কেন্দ্ৰীয় সমিতিৰ নেতা আৰু সমষ্টিটোৰ প্ৰায় ৩ শতাধিক দলীয় কৰ্মী ।