thumbnail

By

Published : Aug 12, 2020, 10:46 PM IST

ETV Bharat / Videos

বিশ্ব হাতী দিৱস আৰু ইটিভি ভাৰতৰ বিশেষ ভিডি'অ

বিশ্ব হাতী দিৱসৰ দিনা ইটিভি ভাৰতে হাতীৰ কিছু ভিডি'অ সংগ্ৰহ কৰিছে ৷ কৰ্ণাটকৰ বান্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান আৰু চামৰাজনগৰ জিলাৰ অন্য ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা হৈছে এই ভিডি'অ সমূহ ৷ এই ভিডি'অটোত হাতীয়ে জলকেলি কৰাৰ লগতে কিছু আনন্দ কৰাৰ মূহুৰ্ত সংগ্ৰহ কৰা হৈছে ৷ ইয়াত কেইবাটাও দিশৰ পৰা হাতীৰ ভিডি'অ সংগ্ৰহ কৰা হৈছে ৷ দৰাচলতে হাতী-মানুহৰ সংঘাত দুৰ কৰাৰ লগতে সাহসৰ প্ৰতীক হাতীক বিশ্ব মানসত সমাদৃত কৰাৰ বাবে এই ভিডি'টো সংগ্ৰহ কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.