Theft in Barpeta: অন কেমেৰা চোৰৰ চাফাই অভিযান - Thief caught on CCTV camera in Barpeta
🎬 Watch Now: Feature Video

বৰপেটাত পুনৰ চোৰৰ অভিযান (Theft in Barpeta) ৷ অভিযানৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচিটিভি কেমেৰাত (Thief caught on CCTV camera in Barpeta) ৷ বৰপেটাৰ কুমাৰহাটীৰ লক্ষ্মী প্ৰিন্টাৰ্ছ নামৰ ডিটিপি চেন্টাৰটোত নিশা দুৱাৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি কম্পিউটাৰৰ সামগ্ৰীসহ দোকানখনৰ কেতবোৰ সামগ্ৰী লৈ যায় ৷ যোৱা নিশা চুৰি সংঘটিত হোৱা পুলক বায়নৰ লক্ষ্মী প্ৰিন্টাৰ্ছ নামৰ ডিটিপি চেন্টাৰটোত ইয়াৰ পূৰ্বেও দুবাৰকৈ চুৰিৰ ঘটনা সংঘটিত হৈছিল ৷ চুৰিৰ ঘটনাটোক লৈ বৰপেটা সদৰ থানাত ইতিমধ্যে এটা গোচৰ দাখিল কৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST