নগাঁও সমষ্টিত কোনে মাৰিব শেষ হাঁহি ? অন্ত পৰা নাই জল্পনা-কল্পনা ... - congress
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3367110-thumbnail-3x2-bkn.jpg)
নগাঁৱত জয়ী হ'বই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ৷ ফলাফল ঘোষণা নৌহওঁতেই এই মন্তব্য কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ৷ শাসকীয় দলৰ মন্ত্ৰী বিধায়কে যি কুট-কৌশল ৰচনা কৰিছিল সেয়া নগাঁৱৰ সংস্কৃতিৱান ৰাইজে প্ৰত্যাখ্যান কৰিছে। নগাঁও ৰাইজে এনে গেলা নৰ্দমা ৰাজনীতি নকৰে । সেয়ে নগাঁও ৰাইজক ধন্যবাদ জনাই তেওঁ ক'লে জয় নিশ্চিত ৷