নগাঁও শিয়ালমাৰী ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী - 2nd phases election
🎬 Watch Now: Feature Video

নগাঁৱৰ শিয়ালমাৰী ভোটকেন্দ্ৰত হিলদ’ল ভাঙি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হ'ল নৱপ্ৰজন্মকে ধৰি সমূহ ভোটাৰ ৰাইজক ৷ শিয়ালমাৰী ভোটকেন্দ্ৰৰ পৰা ই টিভি ভাৰতৰ সাংবাদিক ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন.....