বিজয়া দশমী উপলক্ষ্যে উখল মাখল পৰিৱেশ সমগ্ৰ ৰাজ্য়ত - ধুবুৰী, কোকৰাঝাৰ, শিলচৰ, বিশ্বনাথত বিজয়া দশমীক লৈ উখল মাখল পৰিৱেশ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4688046-826-4688046-1570536334287.jpg)
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দশভূজা দেৱী দুৰ্গাৰ আজি বিদায়ৰ ক্ষণ ৷ ঘোঁৰাত আগমন হোৱা দেৱী মাৰ আজি ঘোঁৰাতেই হ'ব গমন ৷ মহালয়াৰ দিনটোৰ পৰাই আনন্দ উলাহত আত্মহাৰা হৈ পৰা ৰাজ্যখনত মঙলবাৰে দেৱী বিদায়ৰ বিষাদ ৷ ধুবুৰী, কোকৰাঝাৰ, শিলচৰ, বিশ্বনাথত বিজয়া দশমীক লৈ উখল মাখল পৰিৱেশ ।