বিজয়া দশমী : নগাঁৱৰ নেহেৰুৱালীত বিসৰ্জন ১৭৫ খন মণ্ডপৰ প্ৰতিমা - Vijaya Dashami celebrate in nagaon
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13364948-thumbnail-3x2-dashami.jpg)
নগাঁৱৰ নেহেৰুৱালীত বিসৰ্জন দিয়া হ’ল নগাঁও চহৰৰ মুঠ ১৭৫ খন মণ্ডপৰ প্ৰতিমা । ক'ভিড ১৯ ৰ প্ৰট’কলৰ মাজেৰেই নেহেৰুৱালী ঘাটত বিয়লি পৰ্যন্ত চলি আছিল বিসৰ্জন প্ৰক্ৰিয়া । জিলা উপায়ুক্ত কবিথা পদ্মনাভন আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ নিজে উপস্থিত থাকি তদাৰক কৰিছে সমগ্ৰ পৰিৱেশটো ।