বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী বীৰ লাচিত সেনা অসমৰ

By

Published : Sep 30, 2021, 6:10 PM IST

thumbnail
যোৰহাট প্ৰেছ ক্লাৱত বীৰ লাচিত সেনাৰ সংবাদমেল ৷ সংবাদমেলত শ্বহীদক অপমান কৰা শ্বেৰমান আলিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ শৃংখল চলিহাৰ ৷ "আঠুকাঢ়ি ক্ষমা খুজিব লাগিব শ্বেৰমান আলিয়ে ৷ শ্বেৰমান আলিক চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগিব, অন্যথা যি কোনো পৰিস্থিতিৰ বাবে সাজু থাকক চৰকাৰ ৷" সকিয়াই দিলে বীৰ লাচিত সেনাই ৷ ৰাইজৰ দলৰ প্ৰসংগতো কেইটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.