তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী ভোটদান - by election
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13499598-thumbnail-3x2-baksa.jpg)
ভোটদান সম্পন্ন কৰিলে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে ৷ নিজ পঢ়াশালিতে প্ৰাৰ্থী হিচাপে ভোট প্ৰদান কৰিবলৈ পাই নিজকে ভাগ্যবান বুলি কয় জলেন দৈমাৰীয়ে ৷ তেওঁ ৰাইজৰ কাৰণে এই ৰাজনৈতিক পথাৰত প্ৰৱেশ কৰা বুলি কৈ যথেষ্ট কৰণীয় কাম কৰিবলগীয়া আছে বুলিও জানিবলৈ দিয়ে ৷ তেওঁ ৰাইজক শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ আহ্বান জনায় ৷ ভোটদানৰ পূৰ্বে তেওঁ ওচৰতে থকা বাথৌ মন্দিৰত সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে ৷