এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰাকমুহূৰ্তত উপমন্যু হাজৰিকাৰ বিস্ফোৰণ
🎬 Watch Now: Feature Video
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত বিস্ফোৰণ ঘটাইছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। হাজৰিকাই কয় যে, প্ৰকাশ পাবলৈ গৈ থকা তালিকাত বহু সংখ্যক বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত। এই কথা বিজেপি নেতৃত্বয়ো খুব ভালকৈ জানে বুলি এক বিস্ফোৰক মন্তব্য কৰে উপমন্যু হাজৰিকাই ।