গুৱাহাটীক সেউজীয়া কৰি ৰখাৰ চেষ্টা মহানগৰবাসীৰ - ulubari govt. nursery
🎬 Watch Now: Feature Video
গুৱাহাটী মহানগৰীক সেউজীয়া কৰি ৰখাৰ চেষ্টা মহানগৰবাসীৰ ৷ কৰ'ণা মহামাৰীৰ মাজতো ব্যাপক হাৰত বিক্ৰী ফুলৰ পুলিৰ লগতে শাক-পাচলি । কৰ'ণা মহামাৰীয়ে আতংক সৃষ্টি কৰাৰ সময়তো মহানগৰীত অত্যাধিক মাত্ৰাত ফুলৰ পুলি বিক্ৰী হোৱাৰ বিষয়ে উল্লেখ কৰিলে উলুবাৰী চৰকাৰী নাৰ্চাৰীৰ পৰিদৰ্শক গজেন্দ্ৰ তালুকদাৰে ৷ কিন্তু কংক্ৰীটৰ মহানগৰীৰ অট্টালিকাত মহানাগৰিকে কেনেকৈ খেতি কৰে ? সেই সন্দৰ্ভতো ইটিভি ভাৰতৰ সংবাদদাতাৰ জৰিয়তে পৰিদৰ্শকগৰাকীয়ে জনালে সকলো ৷