বিলুপ্তপ্ৰায় কাছৰ বংশবৃদ্ধিৰ কেন্দ্ৰস্থল হ'ব যোৰ পুখুৰী - যোৰ পুখুৰী
🎬 Watch Now: Feature Video

গুৱাহাটী; 29 জুনঃ সৰীসৃপ বিশেষজ্ঞ তথা লেখক জায়াদিত্য পুৰকায়স্থৰ প্ৰচেষ্ঠাত নতুন ৰূপত প্ৰাণ পায় উঠিব মহানগৰীৰ যোৰপুখুৰী ৷ সৰীসৃপ বিশেষজ্ঞগৰাকীৰ মতে, ভাৰত বৰ্ষত সৰ্বমুঠ 28 প্ৰজাতিৰ কাছ পোৱা যায় আৰু তাৰেই 20 টা প্ৰজাতিৰ কাছ পোৱা যায় অসমত ।