thumbnail

By

Published : Dec 4, 2021, 10:42 PM IST

ETV Bharat / Videos

হেল'মেট পৰিধান নকৰা বাইক আৰোহীৰ বিৰুদ্ধে কঠোৰ বৰপেটা জিলা পৰিবহণ বিভাগ

যান-বাহন আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বৰপেটা জিলা পৰিবহণ বিভাগে(Mission Against Traffic Rule Breakers in Barpeta) ৷ বৰপেটাৰ পৰিবহণ বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু পৰিবহণ বিভাগে আইন নমনা দুচকীয়া বাহনৰ চালকসকলৰ বিৰুদ্ধে অভিযান চলায় ৷ হেল'মেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱাৰ সকলৰ বিৰুদ্ধে জৰিমনা বিহে পৰিবহণ বিভাগে(Heavy penalty for not wearing helmets) ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে ১ ডিচেম্বৰৰ পৰাই কাৰ্যকৰী হোৱাকৈ বাইক আৰোহীয়ে হেল'মেট পৰিধান কৰাটো বাধ্যতা কৰিছিল ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.