টিংখাঙৰ বিধায়ক বিমল বৰাৰ সংবাদমেল

By

Published : Mar 8, 2021, 7:51 PM IST

thumbnail
আগন্তুক বিধানসভা নিৰ্বাচনত বিগত 5 বছৰত টিংখাং সমষ্টিবাসী ৰাইজৰ মৰমক শিৰত লৈ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বিমল বৰাই । বৰ্তমান যিসমূহ ৰাজনৈতিক দল গঠন হ’ল সেই সমূহে অসমৰ ৰাইজক সন্তুষ্ট কৰিবলৈ 1 কোটি 80 লাখ বাংলাদেশী আহিব বুলি কৈছিল ৷ কিন্তু এটা বছৰে এজনো বাংলাদেশী নাহিল যদি টিংখাং সমষ্টিত এটা বাংলাদেশী অহাৰ তথ্য দিব পাৰে তেন্তে আগন্তক নিৰ্বাচনত নিজৰ নমিনেচন উঠাই লম বুলি মন্তব্য কৰে বিমল বৰাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.