thumbnail

By

Published : Dec 16, 2021, 9:16 PM IST

ETV Bharat / Videos

Anti drugs mission : হেৰ’ইনসহ তিনিজনক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ

ডিব্ৰুগড়ত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Anti drugs mission by Dibrugarh police)। আৰক্ষীৰ অভিযানত নিষিদ্ধ হেৰ’ইনসহ তিনিজনক গ্ৰেপ্তাৰ । চহৰখনৰ মাৰোৱাৰী পট্টিৰ পৰা ঋতু বেগম, বিশাল চৌধুৰী আৰু ৰিন্টু ৰায় নামৰ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । এই অভিযানত আৰক্ষীয়ে জব্দ কৰিছে ৭.৯৯ গ্ৰাম নিষিদ্ধ হেৰ’ইন (Dibrugarh police seized drugs) । ঘটনা সন্দৰ্ভত আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তিনি অভিযুক্তক ৰঙা ঘৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.