শীঘ্ৰে টেট উত্তীৰ্ণ শিক্ষকক প্ৰদান কৰক চৰকাৰী নিৰাপত্তা : টেট উত্তীৰ্ণ শিক্ষক

By

Published : Dec 22, 2021, 10:37 PM IST

thumbnail
‘শীঘ্ৰে টেট উত্তীৰ্ণ শিক্ষক(Tet Qualified Teacher)ক প্ৰদান কৰক চৰকাৰী সুৰক্ষা ৷ ৰাজ্য চৰকাৰে মুকলি কৰি দিয়ক টেট উত্তীৰ্ণ শিক্ষকৰ মৰগীয়া বানচ ৷ নিজৰ প্ৰাপ্য বিচাৰি বুধবাৰে মঙলদৈ প্ৰেছ ক্লাৱ (Magandoloi press club)ত টেট শিক্ষকক সমাজৰ দৰঙ জিলা সমিতিয়ে আয়োজন কৰে এক সংবাদমেলৰ ৷ অতি সোনকালে টেট শিক্ষকৰ সকলো প্ৰাপ্য আদায় দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ভুক্তভোগী শিক্ষকসকলে ৷ আনকি বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে টেট শিক্ষক সকলে দিনৰ ১২:১৫ বজাত উপৰোক্ত দাবী সম্বলিত বেনাৰ লৈ নিজ নিজ বিদ্যালয়ত বহিব প্ৰতিবাদত ৷ আনহাতে, শীঘ্ৰে যদি ৰাজ্য চৰকাৰে সম কৰ্ম, সম অধিকাৰ প্ৰদান নকৰে তেন্তে নৱবৰ্ষৰ পৰাই ৰাজ্যজুৰি টেট উত্তীৰ্ণ শিক্ষকসকলে সাব্যস্ত কৰিব গণতান্ত্ৰিক প্ৰতিবাদ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.