thumbnail

পূৱ মাজুলী ছাত্ৰ সন্থাৰ উদ্যোগত শিক্ষক দিৱস পালন

By

Published : Sep 6, 2021, 8:38 AM IST

পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই সম্পূৰ্ণ ক'ভিড প্ৰট’কল মানি শিক্ষক দিৱস পালন কৰে । পূৱ মাজুলী মহাবিদ্যালয়ত আয়োজিত এই শিক্ষক দিৱস অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে মাজুলীৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত মাজুলীৰ বহুকেইজন গণ্য-মান্য ব্যক্তিৰ লগতে জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, সম্পাদক বিতোপন শৰ্মা উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.