ভুক্তভোগী যাত্ৰীৰ মুখেৰে শুনক নিমাতীঘাট নাও দুৰ্ঘটনাৰ বিশদ বৰ্ণনা - মাজুলী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13017981-thumbnail-3x2-ip.jpg)
নিমাতীঘাটত দুৰ্ঘটনাত পতিত নাওখনত যাত্ৰা কৰা দুই ব্যক্তিৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ ৷ ৰচী টানি প্ৰায় পাঁচজনকৈ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছিল তেওঁ ৷ চৰকাৰী তালিকাত উদ্ধাৰ হোৱা লোকৰ তথ্য নথকাৰ অভিযোগ তেওঁলোকৰ ৷ প্ৰায় ৭০/৮০ জন যাত্ৰী আছিল বুলি মন্তব্য কৰিছে ব্যক্তিগৰাকীয়ে ৷ শীঘ্ৰেই দলং নিৰ্মাণৰ বাবে চৰকাৰলৈ আহ্বান ভুক্তভোগীৰ ৷