কিয় আকস্মিক মৃত্যুক আঁকোৱালি ল’লে বিপাঞ্চি বাৰ্বী গগৈয়ে?

🎬 Watch Now: Feature Video

thumbnail
তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়(Saumarjyoti Vidyalaya)ত অঘটন ৷ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত পৰীক্ষা হলতে ধৰি পৰে এগৰাকী ছাত্ৰী ৷ অসুস্থ বিপাঞ্চি বাৰ্বী গগৈ নামৰ ছাত্ৰীগৰাকীক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়(Tinsukia Civil Hospital)লৈ প্ৰেৰণ কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷ ইতিমধ্যে চিকিৎসকে ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷ কি কাৰণত হঠাতে এনেদৰে ছাত্ৰীগৰাকীৰ মৃত্যু হ’ল, তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বিদ্যালয়খনৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.