আজি মণিৰাম দেৱানৰ মৃত্যু দিৱস

By

Published : Feb 26, 2020, 2:21 PM IST

Updated : Feb 26, 2020, 3:10 PM IST

thumbnail
শিৱসাগৰ, 26 ফেব্ৰুৱাৰীঃ অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি দিশৰ এজন ব্যক্তি দেশৰ বাবে শ্বহীদ হল ।'বুৰঞ্জী বিবেক ৰত্ন' নামৰ পুথি ৰচয়িতা, কলিকতাৰ সমাচাৰ দৰ্পণত অসমৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে প্ৰকাশ কৰা এইজন মণিৰাম দেৱানৰ আজি মৃত্যু দিৱস। কিন্তু এইজন দেৱানে আজিৰ দিনত পাব লগা স্বীকৃতি পালে নে !!,শ্বহীদ মণিৰাম দেৱানৰ কৰ্মৰাজি, ত্যাগৰ মূল্যায়ণ হ'ল নে ? সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ দেৱানৰ নামত এখন বোলছবি, গুৱাহাটীৰ বাণিজ্য কেন্দ্ৰ অথবা এটা ছাত্ৰাৱাসৰ নাম মণিৰাম দেৱানৰ নামত নামকৰণেই জানো তেওঁৰ প্ৰতি সৰ্বোচ্চ সন্মান ? চেম্বাৰছ অৱ কমাৰ্ছে তেওঁৰ স্মৃতিত গ্ৰহণ কৰা উদ্যমিতা দিৱসৰ পদক্ষেপ আদৰণীয় । কিন্তু এতিয়াও মণিৰাম দেৱান পাব লগা সন্মানৰ পৰা বঞ্চিত।
Last Updated : Feb 26, 2020, 3:10 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.