এন আৰ চিক লৈ অসম বিধানসভাৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰতিক্ৰিয়া

By

Published : Aug 31, 2019, 5:44 PM IST

thumbnail

অসম বিধানসভাৰ অধ্যক্ষৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ এন আৰ চিক লৈ প্ৰতিক্ৰিয়া ! চৰকাৰে এন আৰ চি উন্নীতকৰণৰ বাবে সুকীয়া বিভাগ গঠন কৰি দিছে আৰু এই মৰ্মে কাম কৰি আহিছে ৷ যাৰ ফলত আজি এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছে। গোস্বামীয়ে সমূহ ৰাজ্যবাসীক শান্তি সম্প্ৰীতি বজাইৰাখিবলৈ অনুৰোঝ  জনাই।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.