চকুত চকুলো হাতত পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে এজাহাৰ লৈ থানালৈ আহিল বৃদ্ধ দম্পতী - প্ৰহাৰ
🎬 Watch Now: Feature Video

বজালী জিলাৰ মালী পাৰাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা । চোকা অস্ত্ৰৰে পিতৃ-মাতৃক প্ৰহাৰ কৰিলে নিজ পুত্ৰই ৷ পুত্ৰ-বোৱাৰীৰ পাৰিবাৰিক কণ্ডলৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । পুত্ৰ আৰু বোৱাৰীয়ে পিতৃ-মাতৃক নিজ বাসগৃহৰ পৰা ওলাই যাবলৈ কোৱাত তেওঁলোক অমান্তি হয় ৷ ইয়াৰ পাচতে লোহা আৰু বাঁহেৰে পিতৃ-মাতৃক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে নিজ সন্তানে । চাওক এই প্ৰতিবেদন...
Last Updated : Nov 10, 2021, 3:39 PM IST