18 বছৰৰ পাছত হুইল চেয়াৰেৰে আলিবাটলৈ গ'ল জানমণিৰ পিতৃ - Dibrugarh Janmoni father
🎬 Watch Now: Feature Video

ই টিভি ভাৰতত বাতৰি প্ৰচাৰৰ পাছতে অৱশেষত সোমবাৰে বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন স্মাইল ডিব্ৰুগড়ে জানমনিৰ পিতৃক প্ৰদান কৰে এখন হুইল চেয়াৰ ...সুদীৰ্ঘ 18 টা বছৰ খোজ কাঢ়িব নোৱাৰা এজন ব্যক্তিয়ে হুইল চেয়াৰত বহি ৰাজপথলৈ ওলাই যাব পৰা আনন্দ কেনেকুৱা হ'ব পাৰে সেয়া আপোনাৰ মোৰ কল্পনাৰ বাহিৰত... সবিশেষ এই প্ৰতিবেদনত....