thumbnail

ভয়ংকৰ ! আভ্যন্তৰীণ কন্দলত জৰ্জৰিত আলফা স্বাধীন

By

Published : Apr 27, 2019, 1:50 PM IST

আলফা স্বাধীনৰ ম্যানমাৰ সামৰিক শিবিৰত কি হৈছে? কিয় মূলসুঁতিলৈ ঘূৰি আহিছে আলফাৰ দুৰ্ধর্ষ গেৰিলা? নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নীতি-আদৰ্শৰ বিৰুদ্ধে একাংশ সদস্যই তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি মূলসুঁতিলৈ উভতি আহিছে। শুকুৰবাৰৰ দিনটোলৈকে 13 জন আলফাৰ দুৰ্ধর্ষ গেৰিলাই তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে । নেতৃত্বৰ প্ৰতি উঠিছে সংবিধান অৱমাননাৰ দৰে ভয়ংকৰ তথ্য । চাওঁক ইটিভি ভাৰত অসমৰ এই বিশেষ প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.