ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 30TH NOVEMBER 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 30, 2024, 12:35 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ শুভবাৰ্তা লাভ ৷ বহুতো ব্যক্তি সৈতে সংযোগ স্থাপন হ’ব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ কৰ্ম ক্ষেত্ৰত প্ৰশংসা লাভ ৷

বৃষ ৰাশি : দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ খৰচ বৃদ্ধি ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ ভ্ৰমন বাতিল কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷ মানসিক অশান্তি হ’ব পাৰে ৷

কৰ্কট ৰাশি : প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্ৰা হʼব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি : জ্যেষ্ঠ জনৰ পৰামর্শ গ্ৰহণ কৰিলে সফল হ’ব ৷ আজি কোনো শুভ ফল লাভ কৰিব পাৰে ৷ নিজৰ কর্মত মনোযোগ দিয়ক ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : দিন মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷

ধনু ৰাশি : দিনটো শুভ ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব পাৰে ৷

মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷

কুম্ভ ৰাশি : পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ কর্মত শান্ত হৈ থাকক ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷ প্ৰেমত শুভ ৷

মীন ৰাশি : দিনটো শুভ ৷ চিত্ৰশিল্পীসকল, তথা কলাত্মক দিশৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.