ৰঙিয়াত কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান - দীপলীনা ডেকাৰ সংগীতানুষ্ঠান
🎬 Watch Now: Feature Video

ৰঙিয়াত সোমবাৰে নিশা কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান । ক’ভিডৰ ভয়াৱহতাকো নেওচি ওলাই আহিল কেইবা সহস্ৰাধিক লোকে । ৰঙিয়াৰ শিৱ মন্দিৰ বাকৰিত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত সাংস্কৃতিক অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকা । কণ্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে নাচিলে সকলোৱে ।