কলা শাখা: পঞ্চম স্থানত ডুমডুমাৰ শ্ৰুতি সোণোৱাল - hsslc
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3377989-thumbnail-3x2-shruti.jpg)
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত পঞ্চম স্থান দখল ডুমডুমাৰ শ্ৰুতি সোণোৱালৰ ৷ 470 নম্বৰৰে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় আৰ ডি জুনিয়ৰ কলেজৰ ছাত্ৰী শ্ৰুতি সোণোৱালে ৷