thumbnail

By

Published : Jun 8, 2021, 12:36 PM IST

ETV Bharat / Videos

খেতিয়কৰ ৰূপত বিধায়ক বিশ্বজিৎ ফুকন

গোলাঘাট জিলাৰ সৰুপথাৰ আৰু বৰপথাৰৰ খেতি পথাৰত পানী অভাৱৰ বাবে গভীৰ চিন্তাত পৰিছে কৃষক । প্ৰয়োজনীয় পানীৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাঁট । জেঠ মাহ পাৰ হ'বৰ হ’ল যদিও বৰ্তমান পৰ্যন্ত অধিকাংশ ৰাইজে সিঁচিব পৰা নাই কঠীয়া । যাৰ ফলত বিমোৰত পৰিছে কৃষক ৰাইজ । ইফালে ৰাইজৰ সমস্যা দেখি সমষ্টিটোৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন থিয় দিছেহি ৰাইজৰ কাষত । তেওঁ বৰপথাৰ, সৰুপথাৰত থকা জলসিঞ্চন ব্যৱস্থাসমূহ কাৰ্যক্ষম কৰাৰ লগতে সোমবাৰে বৰপথাৰৰ বৰছাপৰি গাঁৱত সামূহিকভাৱে ধানৰ কঠীয়া সিঁচে ৷ বিধায়ক বিশ্বজিৎ ফুকনে ৰাইজৰ সুবিধাৰ্থে ১০০ বিঘা মাটিত কঠীয়া পৰাৰ কথা সদৰী কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.