দশম স্থানেৰে ৰহালৈ গৌৰৱ কঢ়িয়াই আনিলে ঋত্বিক কুমাৰ সুতে - ৰিত্বিক কুমাৰ সুত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7498883-28-7498883-1591425397992.jpg)
দশম স্থান দখলেৰে ৰহালৈ গৌৰৱ কঢ়িয়াই আনিছে ঋত্বিক কুমাৰ সুত নামৰ ছাত্ৰজনে ৷ ৰহা প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ছাত্ৰ ঋত্বিক কুমাৰ সুত ৷ মুঠ ৫৮৪ নম্বৰেৰে দশম স্থান দখল কৰিছে ঋত্বিকে ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ লক্ষ্য থকা ঋত্বিকৰ প্ৰিয় বিষয় বিজ্ঞান ৷ ঋত্বিকৰ পিতৃ জয়নাৰায়ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক দীপক কুমাৰ সুত আৰু মাতৃ ৰহা মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপিকা ড৹ ৰীণা বৰা ৷