চানমাৰি থানাৰ গোচৰত দোষমুক্ত অখিল: ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ প্ৰতিক্ৰিয়া - Akhil Gogoi

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2021, 1:54 PM IST

সম্পূৰ্ণ ডেৰ বছৰ দিন ৰঙাঘৰত কটোৱা পাছত বৃহস্পতিবাৰে নিয়াৰ (NIA) ৰ বিশেষ আদালতে অখিল গগৈ (Akhil Gogoi)ক চানমাৰি থানাৰ গোচৰত দোষমুক্ত কৰে ৷ বৃহস্পতিবাৰে পুৱা নিয়াৰ (NIA) ৰ আদালতত হাজিৰ কৰোৱা হৈছিল অখিল গগৈক ৷ অখিল গগৈৰ মুক্তি খবৰ লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰে ৰাইজৰ দল (Raijor dol) । অখিল গগৈৰ মুক্তিৰ পাছতেই যোৰহাট জিলা ৰাইজৰ দল (Raijor dol)ৰ আহ্বায়ক দিব্যজ্যোতি শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.