উজনিৰ পৰা নামনিলৈ টীম 'ৰত্নাকৰ' - ঢকুৱাখনা মহাবিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4511155-thumbnail-3x2-kkerrr.jpg)
শনিবাৰে বিয়লি বহু প্ৰত্যাশিত অসমীয়া বোলছবিখনৰ প্ৰচাৰৰ বাবে লখিমপুৰৰ নাৰায়নপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় ছবিখনৰ পৰিচালক তথা বিশিষ্ট অভিনেতা যতীন বৰা, অভিনেত্ৰী বৰষাৰাণী বিষয়া, সহ প্ৰযোজক নৱনীতা শৰ্মা বৰা, পদ্মৰাগ গোস্বামীৰ লগতে ৰত্নাকৰৰ প্ৰায় সকল শিল্পী