মংগলদৈৰ ফলাফলক লৈ আশাবাদী প্ৰাৰ্থী দিলীপ শইকীয়া - AIUDF

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 23, 2019, 1:50 PM IST

Updated : May 23, 2019, 1:59 PM IST

নিৰ্বাচনৰ ফলাফল ঘোষণা নহওঁতেই বিজেপিৰ শিবিৰত দেখা গৈছে উৎসাহৰ ঢৌ। আত্মবিশ্বাসেৰে বিজেপিৰ বিজয় নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত ক'লে ৰঙিয়াৰ বিধায়ক মন্ত্ৰী ভবেশ কলিতাই । লগতে বিজেপি অগপ আৰু বিপিএফ মিত্ৰজোটৰ মংগলদৈ সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই তেওঁৰ বিজয়ক লৈ আশাবাদী বুলি মন্তব্য কৰে ৷
Last Updated : May 23, 2019, 1:59 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.