শংখধ্বনি মহিলা সমাজে সামৰিলে বিহুৰ আখৰা - শংখধ্বনি মহিলা সমাজে সামৰিলে বিহুৰ আখৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11348554-thumbnail-3x2-hdh.jpg)
"চ'তে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলীলতা ৷ কৈ নো কৈ থাঁকোতে ওৰকে নপৰে, আমাৰে বিহুতিৰ কথা" ৷ ৰাজ্যৰ সকলো প্ৰান্তৰ দৰে আমগুৰিতো দেখা গ'ল ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ শ'লগুৰিৰ শংখধ্বনি মহিলা সমাজে ৰঙালী বিহু উপলক্ষে ইতিমধ্যে জেং বিহুৰ আখৰা সমাপ্ত কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত হুঁচৰি মাৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা জেং বিহুৰ দলটোৱে গছৰ তলত বিহুৰ আখৰা কৰা দেখিবলৈ পোৱা গ'ল ৷