উত্তৰ কৰিমগঞ্জ সমষ্টিত প্ৰাৰ্থীত্ব দিলে ৰাইজৰ দলে - raijor doll candidates in North Karimganj constituency
🎬 Watch Now: Feature Video

সোমবাৰে উত্তৰ কৰিমগঞ্জ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিলে ৰাইজৰ দলে ৷ ৰাইজৰ দলৰ পৰা ছাহাবুল ইছলামক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে ৷ ছাহাবুল ইছলামক প্ৰাৰ্থী হিচাপে পোৱাৰ পাচতে দলীয় কৰ্মীসকলৰ মাজত আনন্দৰ বন্যা দেখিবলৈ পোৱা যায় ৷