ৰাভা দিৱসত কলাগুৰুক সোঁৱৰণ বাঁহী বাদক প্ৰভাত শৰ্মাৰ - assam news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3611467-thumbnail-3x2-sarma.jpg)
কলাৰ লগত জড়িত তথা একালৰ বিখ্যাত বাঁহী বাদক শৰ্মাই ক'লে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ বহু কথা ৷ প্ৰভাত শৰ্মাৰ বাসগৃহলৈ বহুবাৰ বিষ্ণুপ্ৰসাদ ৰাভা গৈছিল বুলিও কয় শৰ্মাই ৷ প্ৰভাত শৰ্মাৰ চোতালত বহি সান্দহৰ লগত ভীম কল খাইছিল কলাগুৰুৱে