thumbnail

By

Published : Nov 8, 2021, 11:02 PM IST

ETV Bharat / Videos

কিয় এলাগী হ'ল ডিব্ৰুগড় পৌৰসভাই ক্ৰয় কৰা ৮৬ খন জাৱৰ ৰিক্সা ?

ডিব্ৰুগড় পৌৰসভাৰ গুৰুত্বহীনতাৰ বাবে লাখ লাখ টকা অপচয় হৈছে ৰাজকোষৰ ধন ৷ ঘৰে ঘৰে পেলনীয়া আৱৰ্জনা সংগ্ৰহৰ বাবে ডিব্ৰুগড় পৌৰসভাই ক্ৰয় কৰা জাৱৰ ৰিক্সা এতিয়া এলাগী হৈ পৰি আছে চহৰখনৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত । প্ৰাপ্ত তথ্য অনুসৰি, চহৰখনৰ ৱাৰ্ডসমূহৰ বাবে পৌৰসভাই ক্ৰয় কৰিছিল ৮৬ খন জাৱৰ ৰিক্সা । মাহ মাহ ধৰি ৰিক্সাসমূহ এলাগী হৈ পৰি থকা দেখি এই সন্দৰ্ভত জিলা উপায়ুক্তক তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.