ETV Bharat / state

আপোনাৰ সপ্তাহটোৰ ৰাশিফল - WEEKLY HOROSCOPE

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷

weekly horoscope for 3rd to 9th November 2024
সপ্তাহটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Features Team

Published : Nov 3, 2024, 9:33 AM IST

মেষ ৰাশি : এই সপ্তাহত মেষ ৰাশিৰ লোকসকলে বিভিন্ন ধৰণৰ ফলাফল দেখিবলৈ পাব । সপ্তাহটোৰ আৰম্ভণিতে আপুনি কামত নিমগ্ন হৈ পৰিব পাৰে । কৰ্মৰতা মহিলাসকলৰ বাবেও এয়া এক প্ৰত্যাহ্বানমূলক সময় হ’ব পাৰে । স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ দৈনন্দিন কাৰ্যসূচী আৰু খাদ্যাভ্যাস মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰক । বিদেশত কেৰিয়াৰ বা ব্যৱসায় আৰম্ভ কৰাসকলে কিছু বাধাৰ সন্মুখীন হ’ব পাৰে । প্ৰেমৰ ক্ষেত্ৰত খৰখেদাকৈ বা আৱেগিক সিদ্ধান্ত লওতে জটিলতাৰ সন্মুখীন হ’ব পাৰে ।

বৃষ ৰাশি : এই সপ্তাহটোৱে বৃষ ৰাশিৰ লোকসকলৰ বাবে কিছু অভাৱনীয় প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে । ব্যৱসায়িক কাৰ্যকলাপত নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ পেছাদাৰী প্ৰয়াসৰ ক্ষেত্ৰত উত্থান-পতনৰ সন্মুখীন হ’ব পাৰে, যাৰ বাবে তেওঁলোকে সাৱধানতাৰে কাম কৰিব লাগিব । ভ্ৰমণৰ যোগ ৷ নিজৰ লক্ষ্যত উপনীত হ’বলৈ অতিৰিক্ত প্ৰয়াস কৰিব লাগিব । চাকৰিয়ালসকলে সপ্তাহৰ শেষৰ ফাললৈ সহকৰ্মী আৰু উৰ্ধতন বিষয়াৰ সৈতে মিলি কাম কৰিব লাগিব । এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া উচিত ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে সফল হ’বলৈ যথেষ্ট প্ৰয়াস কৰিব লাগিব । প্ৰেমৰ সম্পৰ্কত বাধা অহাৰ সম্ভাৱনা ৷

মিথুন ৰাশি : সপ্তাহৰ আৰম্ভণিতে আপুনি এগৰাকী সুনামধন্য ব্যক্তিৰ পৰা সহায় লাভ কৰিব । সপ্তাহৰ মাজভাগত কৰ্মক্ষেত্ৰত সতৰ্ক হওক । সম্পত্তি আৰু ঘৰ-বাৰীৰ সৈতে জড়িত বিবাদসমূহ নিষ্পত্তি হ’ব । যদি আপুনি কোনো ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে আপোনাৰ আৰ্থিক সমস্যা সমাধান কৰি আগবাঢ়ি যোৱাটো ভাল হ’ব । পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা লোকসকলে ইতিবাচক আপডেট লাভ কৰিব পাৰে । যিকোনো বিনিয়োগৰ সুযোগত বিনিয়োগ কৰাৰ সময়ত নিজৰ সমৰ্থকসকলৰ পৰামৰ্শ লওক। এই সপ্তাহটো প্ৰেম সম্পৰ্কৰ বাবে অনুকূল, যাৰ ফলত আপুনি নিজৰ সংগীৰ সৈতে ঘনিষ্ঠ সময় উপভোগ কৰিব পাৰিব আৰু সুখী বৈবাহিক জীৱন বজাই ৰাখিব পাৰিব ।

কর্কট ৰাশি : সপ্তাহটোৰ আৰম্ভণিতে আপুনি যথেষ্ট অগ্ৰগতি দেখা পাব পাৰে । অতি বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থকাটোৱেই উত্তম, কিয়নো ইয়াৰ ফলত পাছলৈ আৰ্থিক বিপৰ্যয় ঘটিব পাৰে। এই সপ্তাহত পদোন্নতি লাভ বা নিজৰ পছন্দৰ ঠাইলৈ যোৱাৰ সপোন বাস্তৱায়িত হ’ব ৷ কৰ্মক্ষেত্ৰত উৰ্ধতন আৰু অধীনস্থ উভয়ে আপোনাৰ প্ৰশংসা কৰিব। সম্পত্তি ক্ৰয়-বিক্ৰয় কৰি লাভ অৰ্জন কৰিব । বিদেশত কেৰিয়াৰ গঢ়া বা ব্যৱসায় কৰাৰ কথা ভাবিছে, তেন্তে যিকোনো বাধা আঁতৰি যাব। সপ্তাহৰ শেষৰ ফালে বন্ধু-বান্ধবী বা পৰিয়ালৰ সৈতে পিকনিক বা ফুৰিবলৈ যাব পাৰে ৷ প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ’ব ৷ বৈবাহিক জীৱন সুখময় হ’ব।

সিংহ ৰাশি : এই সপ্তাহত সিংহ ৰাশিৰ জাতক/জাতিকাসকলে নিজৰ স্বাস্থ্য আৰু সম্পৰ্কক অগ্ৰাধিকাৰ দিব লাগে । স্বাস্থ্যজনিত সমস্যাৰ ফলত আপোনাৰ পেছাদাৰী জীৱন প্ৰভাৱিত হ’ব পাৰে ৷ এটা সৰু ভুলে আপোনাৰ সুনাম নষ্ট কৰিব পাৰে। এই সময়ছোৱাত প্ৰতিপক্ষৰ পৰাও সাৱধানে থকাটো জৰুৰী । সপ্তাহৰ শেষৰ ফালে সম্পত্তি আৰু মাটিৰ সৈতে জড়িত ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। চাকৰিয়াল লোকসকলে নিজৰ কামত সাৱধান হোৱা উচিত। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব ৷

কন্যা ৰাশি : এই সপ্তাহটোৱে কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ আৰম্ভণি আৰু অনুকূল ফলাফল কঢ়িয়াই আনিব । সপ্তাহৰ আৰম্ভণিতে আপুনি অতীতৰ কৃতিত্বৰ বাবে সন্মান লাভ কৰিব পাৰে আৰু আপোনাক গুৰুত্বপূৰ্ণ দায়িত্বও দিয়া হ’ব পাৰে । বজাৰৰ উত্থানৰ ফলত লাভান্বিত হোৱাৰ সুযোগ পাব আৰু সুনাম বৃদ্ধি হ’ব ৷ ব্যৱসায়িক দিশৰ পৰা এই সপ্তাহটো সম্পূৰ্ণৰূপে আপোনাৰ অনুকূলে থাকিব । কেৰিয়াৰ সলনি কৰাৰ কথা চিন্তা কৰাসকলে সপ্তাহটোৰ শেষৰ ফালে কোনো সুনামধন্য কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে । যদি আপুনি নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সপোন দেখিছে, তেন্তে আপোনাৰ ইচ্ছা পূৰণ হ’ব পাৰে। সপ্তাহৰ শেষাৰ্ধত আপুনি এনে কিবা বিলাসী বস্তু কিনিব পাৰে, যিয়ে আপোনাৰ ঘৰলৈ সুখ কঢ়িয়াই আনিব । আপোনাৰ বৈবাহিক জীৱন সুখময় হ’ব আৰু আপোনালোকৰ প্ৰেম সম্পৰ্কও সুদৃঢ় হ’ব । আপুনি সংগীৰ সৈতে আনন্দপূৰ্ণ সময় কটোৱাৰ সুযোগ পাব ।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে সপ্তাহৰ আৰম্ভণিটো অতি ব্যস্ত হ’ব । আইনী সমস্যাত পৰিব পাৰে । সপ্তাহৰ আৰম্ভণিতে অনুজ ভাতৃ বা ভগ্নীৰ সৈতে মতানৈক্যৰ ফলত উদ্বেগ অনুভৱ কৰিব পাৰে । সপ্তাহৰ শেষৰ ফালে আপুনি কাম বা ব্যৱসায় সন্দৰ্ভত যাত্ৰা কৰিব পাৰে, কিন্তু আয় আশানুৰূপ নহ’বও পাৰে । অতীতৰ সম্পৰ্কবোৰ গভীৰ হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ বৈবাহিক জীৱন অনন্দময় ৷

বৃশ্চিক ৰাশি : সপ্তাহৰ আৰম্ভণিতে আপুনি নিজৰ পূৰ্বৰ প্ৰয়াস আৰু নিষ্ঠাৰ ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰে । ইয়াৰ উপৰিও আপুনি আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কে মূল্যৱান তথ্য লাভ কৰিব পাৰে । কিন্তু এই সময়ছোৱাত চাকৰিয়াল লোকসকল কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ পৰা সতৰ্ক হ’ব লাগে, কিয়নো তেওঁলোকে আপোনাৰ অগ্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে । সপ্তাহৰ শেষৰ ফালে শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰি থকাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে । যদি আপুনি কোনো পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে কঠিন পৰিশ্ৰমৰ দ্বাৰাহে সাফল্য লাভ কৰিব ।

ধনু ৰাশি : এই সপ্তাহটোৱে ধনু ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে বহু সম্ভাৱনা কঢ়িয়াই আনিছে। আপোনাৰ সময় আৰু শক্তি বুদ্ধিমত্তাৰে ভগাই ল’লে আপুনি সাফল্য তথা আৰ্থিক লাভৰ অভিজ্ঞতা লাভ কৰিব পাৰে । এই সময়ছোৱাত আপুনি অধিক প্ৰভাৱশালী লোকক লগ পাব পাৰে । অবিবাহিত/অবিবাহিতাসকলে এই সপ্তাহত বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম সম্পৰ্কবোৰো অধিক প্ৰগাঢ় হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব ৷ সাৱধানে বাহন চলাব ৷

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহত সক্ৰিয়তা আৰু পৰিশ্ৰম বৃদ্ধি পাব পাৰে, কিয়নো তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিব। সপ্তাহৰ আৰম্ভণিতে ঘৰুৱা কাম আৰু অন্যান্য প্ৰকল্প বৃদ্ধি হোৱাৰ আশা আছে। এই সপ্তাহত অভাৱনীয় ডাঙৰ খৰচো হ’ব পাৰে । যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে অলপ বেছি সময় লাগিব পাৰে। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত পেছাদাৰীসকলে তেওঁলোকৰ কামৰ বোজা হঠাতে বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে।

কুম্ভ ৰাশি : এই সপ্তাহত কুম্ভ ৰাশিৰ জাতক/জাতিকাসকলে এলাহ আৰু অহংকাৰৰ পৰা আঁতৰি থকা উচিত । কোনো কাম পৰৱৰ্তী দিনলৈ পিছুৱাই দিয়াটো বাঞ্ছনীয় নহয়, কাৰণ তেনে কৰিলে ঋণাত্মক পৰিণতিৰ সন্মুখীন হ’ব পাৰে । আইনী ব্যৱস্থাৰ আশ্ৰয় লোৱাতকৈ শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে যিকোনো মাটি বা সম্পত্তিৰ বিবাদ মীমাংসা কৰিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ’ব । ব্যৱসায় সম্পৰ্কীয় কাম-কাজৰ বাবে সপ্তাহৰ মাজৰছোৱা উত্তম সময় নহ’বও পাৰে । এই সময়ছোৱাত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ । ভৱিষ্যতে আৰ্থিক বিপৰ্যয়ৰ পৰা হাত সাৰিবলৈ যিকোনো উদ্যোগ বা ব্যৱসায়ত বুদ্ধিমত্তাৰে বিনিয়োগ কৰাটো গুৰুত্বপূৰ্ণ ।

মীন ৰাশি : চাকৰিয়াল লোকসকলে আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে স্বতন্ত্ৰভাৱে নিজৰ কাম সম্পন্ন কৰিব বুলি আশা কৰা হ’ব, কিয়নো তেনে নকৰিলে তেওঁলোকৰ উৰ্ধতন বিষয়া অসন্তুষ্ট হ’ব পাৰে । অৱশ্যে, বৰ্তমানে যিসকলে কাম কৰি আছে তেওঁলোকৰ বাবে অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব। সম্পদ বৃদ্ধি । প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.