তুলসী ৰুই কাতি বিহু পালনৰ প্ৰস্তুতিত ব্যস্ত এজাক কিশোৰ-কিশোৰী - কঙালী বিহু
🎬 Watch Now: Feature Video

আজি কাতি অৰ্থাৎ কঙালী বিহু(Kati Bihu) । শইচৰ শ্ৰীবৃদ্ধি কামনাৰে ৰাজ্যবাসীয়ে সোমবাৰে উদযাপন কৰিব কাতি বিহু । পথাৰত জ্বলাব বন্তি, তুলসীৰ তলে তলে কণ কণ শিশুৰ সৈতে নাম গাই ৰাইজৰ কুশল-মংগল কামনাৰে বিহুটি পালন কৰিব অসমবাসীয়ে । শিৱসাগৰৰ নামতিৰ পৰ্বতীয়া গাঁৱত এজাক শিশু পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে তুলসী ৰোৱাত । শিশুজাকৰ এই কাৰ্যই প্ৰতিফলিত কৰিছে গ্ৰামাঞ্চলৰ এখন নিভাঁজ প্ৰতিচ্ছবি । চাওক এই বিশেষ প্ৰতিবেদন...