ৰাজনৈতিকভাৱে মোক হত্যা কৰিবলৈ একাংশই অপপ্ৰচাৰ কৰিছে : প্ৰাঞ্জল ঘাটোৱাৰ - assam bjp joining news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13381757-thumbnail-3x2-kjklh.jpg)
বিজেপিত যোগদান নকৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে । বিজেপিত যোগদানৰ কথা অস্বীকাৰ প্ৰাঞ্জল ঘাটোৱাৰৰ । কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে কয় তেওঁ আৰু তেওঁৰ পৰিয়ালক ৰাজনৈতিক ভাৱে ধ্বংস কৰিবলৈ কংগ্ৰেছ আৰু বিজেপিৰ একাংশই অপপ্ৰচাৰ কৰিছে । মই কোনো কাৰণতে কংগ্ৰেছ নেৰে তেওঁ । থাওৰাৰ উপ নিৰ্বাচনৰ দায়িত্ব দিছে দলে, তাত ব্যস্ত আছোঁ বুলি ক'লে প্ৰাঞ্জল ঘাটোৱাৰে ।