নগাঁৱৰ নেহৰুৱালীত 'প্ৰাগ চিনে এৱাৰ্ডছ 2019' - assam news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3446811-573-3446811-1559411839050.jpg)
দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে কণ্ঠশিল্পী জুবিন গাৰ্গ, পাপন মহন্ত ,কৃষ্ণ মণি নাথকে আদি কৰি অসমৰ বহুকেইজন শিল্পী, অভিনেতা, অভিনেত্ৰীৰ উপৰিও বলিউডৰ কেবাগৰাকী অভিনেতা-অভিনেত্ৰী ৷ এই অনুষ্ঠানতে অসমীয়া ছবিজগতৰ বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা হ'ব বঁটা ৷