মৰণত শৰণ দি মাৰ নাৱেৰে যাতায়াত ৰূপহীমুখবাসীৰ - ৰূপহীমুখত অচল যাতায়াত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13069052-thumbnail-3x2-ssss.jpg)
আমগুৰিৰ বানবিধ্বস্ত ৰূপহীমুখত হাহাকাৰ অৱস্থা । বিপদসংকুল যাতায়াত ব্যৱস্থাক লৈ শংকিত স্থানীয় ৰাইজ ৷ মাৰ নাৱেৰে(Boat) ইপাৰ-সিপাৰ হ’বলগীয়া হৈছে যাত্ৰীসকল ৷ নৈৰ ছিগা অংশত মাৰ নাৱেৰে দহখনৰো অধিক গাঁৱৰ লোকে মৰণকো বুকুত বান্ধি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে । এইক্ষেত্ৰত কাণসাৰ নাই শিৱসাগৰ জিলা প্ৰশাসনৰ(Sivasagar District Administration) ৷ চাওক আমগুৰিৰ সংবাদদাতা সমীৰণ দুৱৰাৰ এক প্ৰতিবেদন...