পীযুষ হাজৰিকাৰ উদ্ধতালি: ফোনযোগে সাংবাদিকক ভাবুকি - চ'ছিয়েল মিডিয়া যোগে সমালোচনাৰ সন্মুখীন হৈছিল আইমী
🎬 Watch Now: Feature Video

এয়া কোনো নাটক-চিনেমাৰ সংলাপ নহয় ৷ অসমৰ এজন মন্ত্ৰীয়ে সাংবাদিকক দিয়া ভাবুকিহে ৷ যুৱ মন্ত্ৰী পীযুষ হাজৰিকাই ফোনযোগে ভাবুকি প্ৰদান কৰিছে এটা ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমৰ এগৰাকী মফচলীয় সাংবাদিকক ৷ পত্নী আইমী বৰুৱাই 'কা' আমাক লাগিবই বুলি দিয়া উদাত্ত ভাষণৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাচতে চ'ছিয়েল মিডিয়া যোগে সমালোচনাৰ সন্মুখীন হৈছিল আইমী ৷ পত্নীক ৰাইজে গৰিহণা দিয়াত নিমাতে থাকিব নোৱাৰিলে ক্ষমতাৰে বলীয়ান পীযুষ হাজৰিকা ৷ নিৰ্বাচনৰ কথা যিহেতু, দুটা দিন ধৈৰ্য ধৰিলে ৷ কিন্তু ভোটদানৰ দিনাই নিজৰ প্ৰকৃত স্বৰূপ দেখুৱালে পীযুষ হাজৰিকাই ৷ ফোনযোগে সাংবাদিকক দিলে ভাবুকি...