সমদল কৰি ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল: হেজাৰ হেজাৰ কৰ্মীৰ অশংগ্ৰহণ - Assam assembly election

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 20, 2021, 10:23 AM IST

শুকুৰবাৰে বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৷ অন্তিমটো দিনতে বিজেপি-অগপৰ সমৰ্থকেৰে বঙাইগাঁৱত মনোনয়ন দাখিল কৰে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ বঙাইগাঁও জিলা অগপ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলত হেজাৰ হেজাৰ কৰ্মীয়ে অশংগ্ৰহণ কৰে । সমদলৰ পূৰ্বে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত সমষ্টিটোত প্ৰতিদ্বন্দিতাৰ ক্ষেত্ৰত ব্ৰাজিল আৰু বঙাইগাঁও দলৰ মাজত হোৱা বিশ্বকাপ মেচ সদৃশ হ'ব বুলি মন্তব্য কৰে অগপৰ প্ৰাৰ্থীগৰাকীয়ে । এইবেলি ৰাজ্যত পূৰ্বতকৈ অগপৰ আসন বৃদ্ধি পাব বুলি মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.