অভিলেখ সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰৰ বিধায়ক হ'ল ফণী তালুকদাৰ - ভৱানীপুৰ সমষ্টি
🎬 Watch Now: Feature Video

ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰে প্ৰায় 25 হাজাৰ ভোটত জয় লাভ কৰিলে । আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিলে 38324 টা ভোট । AIUDF ৰ দখলত থকা ভৱানীপুৰ সমষ্টিত ধূলিস্যাত হ'ল AIUDF দল । AIUDF ৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিলে 6378 টা ভোট ।