দুৰ্গোৎসৱৰ আনন্দই চুই গৈছে ডিমা হাচাওৰ ৰাইজক - জগন্নাথ মন্দিৰ পূজা কমিটি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13316984-thumbnail-3x2-uyfhtd.jpg)
মাজত মাত্ৰ এটা দিন তাৰ পিছতেই শাৰদীয় দুর্গাপূজা । ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতে দেৱী দুর্গাৰ আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যবাসী । ইয়াৰ পিছতেই সকলো আনন্দ উল্লাসৰ বন্যা ব’ব ৰাজ্যত । সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাতো চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি । পিছে এইবেলি হাফলঙত নাই বিগ বাজেটৰ পূজা । ইয়াৰ মাজতে হাফলং চহৰৰ জগন্নাথ মন্দিৰ পূজা কমিটিৰ পূজা 102 বছৰ পূৰ্ণ কৰিছে । চাওঁ আহক পূজা কমিটি খনৰ প্ৰস্তুতি ৷