স্মৃতিৰ সীমনাত এটকীয়া পি চি অ' - গুৱাহাটী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 22, 2019, 8:00 PM IST

যান্ত্ৰিকতাৰ পৃথিৱীত প্ৰতিদিনে উদ্ভাৱন হোৱা ন ন যন্ত্ৰৰ ফলত ক্ৰমাৎ হেৰাই গৈছে এসময়ৰ জনপ্ৰিয় মাধ্য়ম 1টকীয়া পি চি অ' ৷ যাৰ দ্বাৰাই যোগাযোগ স্থাপন হৈছিল ফোনৰ সিটো পাৰে থকা আপোনজনলৈ ৷ কিন্তু আজি নষ্টালজিক হৈ গ'ল এই 1 টকীয়া পি চি অ' ৷ চাওক আমাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.