জয়ৰ দিশে লখিমপুৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা! - BJP
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3363079-120-3363079-1558603994026.jpg)
বিপুল জয়ৰ দিশে লখিমপুৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা । 2 লাখ 82 হাজাৰ ভোটত অগ্ৰগতি লাভ কৰা বৰুৱাই ধন্যবাদ জনালে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰতিজন ভোটাৰক। বৰুৱাৰ মন্তব্য মোডী চৰকাৰৰ প্ৰতি আস্থা আছে ৰাইজৰ। লখিমপুৰ উন্নয়ন বাবে সকলো ধৰণৰ কাম কৰিব বৰুৱাই।
Last Updated : May 23, 2019, 5:29 PM IST