thumbnail

বাক্সাৰ বৰমাত সাংসদ নৱ শৰণীয়াৰ হুংকাৰ !

By

Published : May 12, 2020, 4:12 PM IST

বিটিচিত চলি থকা দুৰ্নীতি বন্ধ কৰাৰ লগতে বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত জালত পৰিব বহু নেতা- এই মন্তব্য সাংসদ নৱ শৰণীয়াৰ । বিটিচিত প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আঁচনিত, জব কাৰ্ডত সংঘটিত হোৱা দুৰ্নীতি আদিৰ সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়াই হুংকাৰ দি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে বিষয়া কৰ্মচাৰীক । অন্যথা কম দিনৰ ভিতৰতে আইনৰ কাষ চাপিব বুলি মন্তব্য আগবঢ়াই । ইয়াৰোপৰি বিটিচৰ ক্ষেত্ৰত ৰাজ্যপালে সাংবিধানিক ব্যৱস্থা লৈছে বুলি উল্লেখ কৰি মহামান্য উচ্চতম ন্যায়ালয়ে ইয়াৰ সু-বিচাৰ কৰিব বুলিও কয় সাংসদগৰাকীয়ে । বৰ্তমান বাক্সাৰ বৰমাত ট্ৰেক্টৰ চলাই হাতত কোৰ লৈ কৃষি কৰ্মত ব্যস্ত সাংসদ নৱ শৰণীয়া ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.